APSC Mains 2023-24 General Studies (GS-5) Paper V (Assam Paper)

APSC Mains 2023-24 General Studies (GS-5) Paper-5

General Studies-V (History, Culture, Geography, Polity, Economic Development, Bio-diversity, Environment of Assam)

 
 
 
 
Full Marks: 250                                                                                                        Time: 3 hours
  1. “The Gaon Pradhan are the eyes and ears of the district administration of Assam.” Put forward any four arguments in support of this statement. (Answer in 150 words) 10

“গাঁওপ্রধানসকলক অসমৰ জিলা প্ৰশাসনৰ ‘চকু’ আৰু ‘কাণ’ বুলি ক’ব পাৰি।” এই মন্তবাৰ সমর্থনত যি কোনো চাবিটা যুক্তি আগবঢ়াওক। (১৫০টা শব্দৰ ভিতৰত উত্তৰ দিয়ক)

  1. What is the “Vistarita Kanaklata Mahila Sabalikaran Yojana’ aimed at? Discuss the benefits available to Self Help Groups (SHGs) of Assam under this scheme. (Answer in 150 words) 10

‘বিস্তাৰিত কনকলতা মহিলা সবলীকৰণ যোজনা’ৰ লক্ষ্য কি? এই আঁচনিৰ অধীনত আত্মসহায়ক গোটবোৰৰ বাবে উপলব্ধ সুবিধাসমূহ আলোচনা কৰক। (১৫০টা শব্দৰ ভিতৰত উত্তৰ দিয়ক)

  1. Describe the course of the Brahmaputra river from its source to mouth. (Answer in 150 words) 10 

ব্রহ্মপুত্র নদীৰ উৎসৰ পৰা মোহনালৈ গতিপথৰ বৰ্ণনা দিয়ক। (১৫০টা শব্দৰ ভিতৰত উত্তৰ দিয়ক)

  1. Suggest steps for qualitative improvement in agriculture in Assam through cropping diversification. (Answer in 150 words) 10

শস্যৰ বিবিধীকৰণৰ জৰিয়তে অসমৰ কৃষিত গুণগত মান উন্নয়ন অনাৰ বাবে পৰামর্শ আগবঢ়াওক।  (১৫০টা শব্দৰ ভিতৰত উত্তৰ দিয়ক)

  1. In your opinion, what should be the primary considerations while formulating an economic welfare scheme for the rural population in Assam? (Answer in 150 words) 10

আপোনাৰ মতে, অসমৰ গ্ৰামাঞ্চলৰ বাসিন্দাসকলৰ বাবে এখন অর্থনৈতিক কল্যাণ আঁচনি প্রস্তুত কৰিবলৈ কোনবোৰ প্ৰাথমিক বিষয়ত গুৰুত্ব দিব লাগিব? (১৫০টা শব্দৰ ভিতৰত উত্তৰ দিয়ক)

  1. How does the granting of a Geographical Indication (GI) Tag to Majuli Masks and Majuli Manuscripts impact the cultural preservation and artisan empowerment within the region? (Answer in 150 words) 10

মাজুলীৰ মুখাশিল্প আৰু পুথিচিত্রলৈ ভৌগোলিক সূচক (GI) ‘টেগ’ প্রদানে অঞ্চলটোৰ সাংস্কৃতিক সংৰক্ষণ আৰু শিল্পীসকলৰ সবলীকৰণৰ ক্ষেত্ৰত কিদৰে প্ৰভাৱিত কৰিব? (১৫০টা শব্দৰ ভিতৰত উত্তৰ দিয়ক)

  1. Discuss the social and economic impacts of the Brahmaputra river erosion in Assam. (Answer in 150 words) 10 

  1. What is “People’s Biodiversity Register (PBR)”? How does it empower rural people? What process is followed in preparing a PBR? (Answer in 150 words) 10

“ৰাজহুৱা জৈৱ বৈচিত্র্য পঞ্জীয়ন (People’s Biodiversity Register)” কি? ই গ্রামাঞ্চলৰ লোকসকলক কেনেদৰে সবলীকৰণ কৰে? এই পঞ্জীয়ন প্রস্তুতিৰ বাবে আগবঢ়াৰ প্রক্রিয়াটো কি? (১৫০টা শব্দৰ ভিতৰত উত্তৰ দিয়ক)

  1. “The mega Bihu dance performance by more than 11000 dancers and artists at Sarusajai Stadium, Guwahati on 13th April, 2023 not only created a Guinness World Record but also catapulted the cultural identity of Assam into the world stage.” Examine the statement. (Answer in 150 words) 10

“২০২৩ চনৰ ১৩ এপ্রিল তাৰিখে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ১১০০০তকৈও অধিক নৃত্যশিল্পী আৰু কলাকাৰৰ দ্বাৰা পৰিৱেশিত বিশাল (mega) বিহুনৃত্য পৰিবেশনে কেৱল গীনিজ বিশ্ব ৰেকৰ্ড সৃষ্টি কৰাই নহয়, ই অসমৰ সাংস্কৃতিক পৰিচয়কো বিশ্বৰ মঞ্চত প্রতিষ্ঠিত কৰিলে।” কথাফাঁকি বিচাৰ কৰক। (১৫০টা শব্দৰ ভিতৰত উত্তৰ দিয়ক)

  1. Describe how cultural exchange programmes in border areas can be helpful in maintaining peace and development in the border areas of North-Eastern Region. (Answer in 150 words) 10

উত্তৰ-পূৰ্বাঞ্চলৰ সীমান্তৱতী এলেকাসমূহৰ শান্তি স্থাপন আক উন্নয়নৰ বাবে সাংস্কৃতিক আদান-প্রদানৰ কাৰ্যসূচীবোৰে কেনেদৰে সহায় কৰিব পাৰে, বর্ণনা কৰক। (১৫০টা শব্দৰ ভিতৰত উত্তৰ দিয়ক)


  1. Discuss the major factors responsible for migration of population into Assam and state its probable socio-economic consequences. (Answer in 250 words)

 

  1. “Smart cities in India cannot sustain without smart villages.” Examine this statement in the context of Assam. (Answer in 250 words) 15

‘স্মার্ট গাঁও’ অবিহনে ‘স্মার্ট চিটি’ বর্তি থাকিব নোৱাৰে।” অসমৰ প্ৰেক্ষাপটত এই কথাফাঁকি বিচাৰ কৰক। (২৫০টা শব্দৰ ভিতৰত উত্তৰ দিয়ক)

  1. “Employment prospect of Assamese youth at national level is very limited without adequate knowledge of English language. Critically analyse the statement. (Answer in 250 words)

“ইংৰাজী ভাষাৰ পর্যাপ্ত জ্ঞান অবিহনে সৰ্বভাৰতীয় পৰ্যায়ত অসমীয়া যুবক-যুৱতীৰ কৰ্ম-সংস্থাপনৰ সম্ভাবনা খুবেই সীমিত।” কথাফাঁকি সমালোচনাত্মকভাবে বিশ্লেষণ কৰক। (২৫০টা শব্দৰ ভিতৰত উত্তৰ দিয়ক)

  1. Is climate change a disaster risk? How is disaster risk magnified by climate Discuss with reference to disasters in Assam. (Answer in 250 words) 15

  1. Discuss the events leading to the signing of the Yandabo Treaty on 24th February, 1826.    (Answer in 250 words) 15

১৮২৬ চনৰ ২৪ ফেব্রুৱাৰীত কোনবোৰ ঘটনাপ্রবাহৰ পৰিপ্ৰেক্ষিতত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল, আলোচনা কৰক। (২৫০টা শব্দৰ ভিতৰত উত্তৰ দিয়ক)

  1. What do you mean by extreme weather events? Have you observed any such event in recent years in Assam? What could be the impacts of such events? Discuss with examples. (Answer in 250 words) 15

বতৰৰ চৰম পৰিস্থিতি বুলিলে আপুনি কি বুজে? সাম্প্রতিক বর্ষবোৰত অসমত এনে কোনো পৰিস্থিতিৰ সম্মুখীন হোৱাটো আপুনি লক্ষ্য কৰিছেনে? এনেকুৱা পৰিস্থিতিৰ কি’ প্রভাৱ হ’ব পাৰে? উদাহৰণসহ আলোচনা কৰক। (২৫০টা শব্দৰ ভিতৰত উত্তৰ দিয়ক)

  1. Give your comments on the need of fusion in Assamese music for the sake of wider acceptability. (Answer in 250 words) 15

বহলভিত্তিক গ্রহণযোগ্যতাৰ বাবে অসমীয়া সংগীতত সংমিশ্রণ (fusion)ৰ প্ৰয়োজনীয়তা সম্বন্ধে আপোনাৰ মতামত দিয়ক। (২৫০টা শব্দৰ ভিতৰত উত্তৰ দিয়ক)

  1. “Assam has the potential to accelerate development of tourism through innovative presentation of various indigenous festivals, cuisine and music of the State.” Substantiate the statement with reasons. (Answer in 250 words) 15
  1. Illustrate with suitable examples how the Government of Assam has encouraged young generation to opt for a career in sports. (Answer in 250 words)

খেলা-ধূলাক এক বৃত্তিৰূপে চয়ন কৰিবলৈ অসম চৰকাৰে যুৱ-প্ৰজন্মক কেনেদৰে উৎসাহিত কৰিছে, উপযুক্ত উদাহৰণসহ বুজাই লিখক। (২৫০টা শব্দৰ ভিতৰত উত্তৰ দিয়ক)

  1. “Rural life of Assam is beautifully depicted in Assamese films.” Analyze the statement with examples. How is Assamese rural life reflected in the movies of Jahnu Barua or Rima Das? (Answer in 250 words).